Assam GK – Awards and Honours of Assam 2022 | Assam Govt Medals and Awards 2022 in Assamese

Awards in Assam 2022 – Assam GK and Current Affairs 2022 for APSC – Current Affairs of Assam 2022

২০২১ আৰু ২০২২ বৰ্ষৰ অসমৰ বিভিন্ন বটা আৰু সন্মান

Hello, aspirants are you preparing for APSC or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important Assam GK & Current Affairs of Assam 2022 for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK and Current Affairs 2022 for APSC and other Assam govt exams 2022. In this regard “World_Polity” decides to provide you the most important Current Affairs of Assam the Awards and Honours of Assam 2022 for the upcoming exams like Assam Direct Recruitment 2022 Grade III and Grade IV Exam. Infact the Assam Current Affairs-the Awards in Assam 2022 will be a key topic in the Assam GK current affairs section for the upcoming exams. So the Assam GK and Assam Govt Medals and Awards 2022 will be a pedestrian to crack your exam. 

Assam GK - Awards and Honours of Assam 2022 | Assam Govt Medals and Awards 2022 in Assamese

Awards and Honours of Assam 2022


Assam Current Affairs 2022 for APSC

In this article we have provided you latest Assam Current Affairs 2022. So, read all these important Assam Current Affairs, GK & News 2022 for the upcoming APSC Prelims & Mains exam as well as other govt exams. These Current Affairs Assam 2022 regarding Assam Govt Medals and Awards 2022 are extremely important and should be a part of your preparation.

Monthly Current Affairs of Assam 2022

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the latest updated monthly current affairs of Assam 2022. Specially the toppers of APSC recommend that aspirant start their preparation with the latest monthly Current Affairs Assam topics for the upcoming any competitive exams.

Assam GK and Current Affairs for Competitive Exam

There are mainly four very important Assam GK Current Affairs of Awards and Honours of Assam 2022. They are :

1. Assam Chief Minister, Dr Himanta Biswa Sarma presented the country’s highest literary award, the 56th Jnanpith for the year 2021 to one of the most celebrated poets of Assam, Nilamani Phookan. Nilmani Phookan is the third person to win the Jnanpith Award from Assam after Mamoni Roisom Goswami and Birendra Kumar Bhattacharya. The Award carried a Citation, a shawl, and Rs. 11 lakh.

2. Chief Minister Himanta Biswa Sarma gave away the Karmashree Awards on Civil Services Day. The awardees are Kokrajhar and Cachar deputy commissioners Varnali Deka and Keerthi Jalli, and Sivsagar ADC Bitupan Neog.

3. The BJP-led government in Assam has revived three prestigious awards in memory of historic Muslim personalities. These awards are Azan Peer Award, Syed Abdul Malik Literary Award, and Ahmad Ali Baskandi Award.

4. Assam become the 10th state in the country to receive the President’s Colour Award as a recognition of exceptional performance in controlling crime, tackling insurgency, ensuring security of lives and property, and maintaining law and order in the state. A special flag, also known as ‘Nishaan’, is given to a unit as part of the award. 

• Download Last 6 Months Current Affairs 2022 PDF from January 2022 to June 2022 – Click Here

• Must visit : Assam Grade III & Grade IV Exam Syllabus 2022

Must visit : Present Heads in India 2022 Updated List

• Must Read : Agniveer Scheme 2022 for APSC


Awards and Honours of Assam 2022 – Assam Govt Medals & Awards in Assam 2022

Well here is the list of Awards and Honours of Assam 2022 in Assamese given by CM of Assam Himanta Biswa Sarma. 

২০২১ আৰু ২০২২ বৰ্ষৰ অসমৰ বিভিন্ন পুৰস্কাৰ সমূহ :

Assam GK - Awards and Honours of Assam 2022 | Assam Govt Medals and Awards 2022 in Assamese


1. অসমীয়া চলচ্চিত্ৰ জগতৰ এটি চিৰপৰিচিত নাম শ্ৰীমতী মৃদুলা বৰুৱা ডাঙৰীয়ানীলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ গীতিকবি পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা।

2. সত্ৰীয়া নৃত্যৰ জগতখনৰ সৈতে যোৱা পাঁচটা দশকজুৰি ওতপ্ৰোতভাৱে জড়িত শ্ৰীমতী শাৰদী শইকীয়া ডাঙৰীয়ানীক আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা।

3. অসমৰ জনপ্ৰিয় সাহিত্যিক শ্ৰদ্ধাৰ ফনীন্দ্ৰ কুমাৰ দেৱচৗধুৰীক অসম চৰকাৰে ২০২২ বৰ্ষৰ ড॰ মামণি ৰয়ছম গোস্বামী বঁটা প্ৰদান কৰিছে।।

4. সু-সাহিত্যিক শ্ৰীছবিলাল উপাধ্যায়দেৱে চাৰি দশকৰো অধিক সময় কলা-সাহিত্যৰ ক্ষেত্ৰখনলৈ প্ৰভূত অৱদান আগবঢ়াই আহিছে। বিশিষ্ট শিক্ষাবিদ-সাহিত্যিকগৰাকীলৈ ২০২১ বৰ্ষৰ চৈয়দ আব্দুল মালিক বঁটা আগবঢ়োৱা হৈছে।

5. ২০২১ বৰ্ষৰ গণেশ গগৈ বঁটা বিশিষ্ট কবি-সাহিত্যিক শ্ৰীবংশী বৰাদেৱলৈ সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা তেখেতৰ অনবদ্য অৱদানৰ বাবে আগবঢ়োৱা হৈছে।

6. বিশিষ্ট লোকতত্ত্ববিদ, লেখক তথা অধ্যাপক ড° অমলেন্দু ভট্টাচাৰ্যদেৱলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা। অসমৰ সমাজ-সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে ভট্টাচাৰ্যদেৱলৈ এই বঁটা প্ৰদান কৰা হৈছে।

7. বিশিষ্ট গীতিকাৰ, সংগীত পৰিচালক, নাট্যকাৰ চৈয়দ ছাদুল্লাদেৱলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ আহমদ আলী বাঁশকান্দি বঁটা। সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতলৈ এই বঁটা প্ৰদান কৰা হৈছে।

8. ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত হৈছে প্ৰবীণ চিত্ৰশিল্পী শ্ৰীচন্দ্ৰকমল গগৈদেৱ। কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অমূল্য বৰঙণি আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতলৈ এই বঁটা প্ৰদান কৰা হৈছে।

9. বিশিষ্ট নৃত্যশিল্পী, লোকসংস্কৃতিৰ সাধক শ্ৰীননী বৰুৱাদেৱলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা। কলাৰ সাধনাত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতলৈ এই বঁটা প্ৰদান কৰা হৈছে।

10. কলা-সমালোচনা আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ড° নৰেন কলিতাদেৱলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা। এই স্বীকৃতিৰ বাবে তেখেতলৈ যাচিছোঁ আন্তৰিক অভিনন্দন। কলা-সমালোচনা আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতলৈ এই বঁটা প্ৰদান কৰা হৈছে।

11. ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা কালিচৰণ ব্ৰহ্ম বঁটা লাভ কৰিছে বিশিষ্ট গৱেষক তথা অধ্যাপক ড° অনুংলা এয়েৰ ডাঙৰীয়াই। সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে।

12. বিভিন্ন সামাজিক কাম-কাজত নিজকে জড়িত কৰি জনতাৰ কল্যাণ সাধন কৰা বিশিষ্ট সমাজকৰ্মী শ্ৰীহেমন্ত গোহাঁইদেৱলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ সৰ্বানন্দ সিংহ বঁটা।

13. বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱিকা শ্ৰীযুতা লীলাৱতী কুশ্ৰেলৈ ২০২১ বৰ্ষৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰদান কৰা হৈছে।

14. বিশিষ্ট শিক্ষাবিদ তথা সু-লেখিকা শ্ৰীমতী ইলা বৰগোহাঁই ডাঙৰীয়ানীয়ে ২০২১ বৰ্ষৰ অমলপ্ৰভা দাস বঁটা লাভ কৰিছে। তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিক সমৃদ্ধ কৰি আহিছে আৰু আগলৈও অধিক চহকী কৰিব৷ 

15. অসমীয়া, বড়ো আৰু নেপালী ভাষাৰ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমিৰ অনুবাদ পুৰস্কাৰ লাভ কৰিছে অসমৰ ড° পৰী হিলৈদাৰী, ড° ইন্দিৰা বড়ো আৰু ড° সঞ্জীব উপাধ্যায় এ।

Must visit : Assam State GK for APSC

Must visit : Awards and Honours of Assam 2021

• Must visit : Download APSC CCE Previous Year Question Papers PDF

Must visit : Assam GK for APSC, Grade III & Grade IV Exam, DHS, Assam Police Exam


Now World_Polity is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

List of all Recipients of Padma Awardees 2021 

Recent New Appointments & Honors in India 2021

Well if you like the article on Assam GK – Awards and Honours of Assam 2022 | Assam Govt Medals and Awards 2022 do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Recent Posts
Scroll to Top